বেদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


হিন্দু ধৰ্ম

হিন্দু ধৰ্মOm symbol.svg

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

ৱিকিপিডিয়া:হিন্দু ধৰ্মHinduSwastika.svg

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     

বেদ (সংস্কৃত: वेद) হৈছে হিন্দুধৰ্মৰ সৱাতোতকৈ পুৰণি ধৰ্ম গ্ৰন্থ। বেদ শব্দৰ অৰ্থ হৈছে জ্ঞান,ভাৰতীয় বিশ্বাস অনুযায়ী বেদসমূহ অনন্ত ইয়াৰ কোনো ৰচক নাই। কিন্ত পুৰাণসমূহৰ মতে মহাভাৰতৰ ৰচক বেদব্যাসে ব্ৰহ্মাৰ দ্বাৰা ৰচিত বেদক চাৰিভাগক ভাগ কৰি চাৰিখন বেদৰ সৃস্টি কৰে। বেদক শ্ৰুতি বুলিও জনা যায়, চাৰিখন বেদৰ নাম হৈছে ঋকবেদ, যজুৰবেদ, সামবেদ আৰু অথৰ্ববেদ। ইয়াৰ ভিতৰত ভিতৰত সকলোতকৈ পুৰণি বেদখন হ'ল ঋকবেদ। প্ৰতিখন বেদকেই সংহিতা, ব্ৰাহ্ম্মণ, আৰ্যন্ক আদিত ভাগ কৰা হৈছে। মুখ্যবেদ সমূহৰ উপৰিও বহুকেইখন গৌণবেদো আছে তাৰ ভিতৰত আয়ুৰ্বেদ, ধনুৰ্বেদ, গন্ধৰ্ৱবেদ, স্থাপত্যবেদ অন্যতম।