সমললৈ যাওক

ছত্তীসগঢ়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছত্তীসগঢ়
  ৰাজ্য  


ছত্তীসগঢ়ৰ অৱস্থান
স্থানাঙ্ক 21°16′N 81°36′E / 21.27°N 81.60°E / 21.27; 81.60
দেশ  ভাৰত
ৰাজ্য ছত্তীসগঢ়
জিলাৰ সংখ্যা 18
Established  নৱেম্বৰ ২০০০ (2000-11-01)
ৰাজধানী ৰায়পুৰ
মহানগৰ ৰায়পুৰ
ৰাজ্যপাল আনন্দীবেন পেটেল
মুখ্যমন্ত্ৰী ভূপেশ বাঘেল
বিধানসভা (আসন) Unicameral (90)
জনসংখ্যা

ঘনত্ব

2,07,95,956 (17th)

108 /কিমি (২৮০ /বৰ্গ মাইল)

চৰকাৰী ভাষা Chhattisgarhi, Hindi,Telugu
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি >135194 km2 (52199 sq mi)
ISO 3166-2 IN-CT
ৱেবছাইট www.chhattisgarh.nic.in

ছত্তীসগঢ় (হিন্দী: छत्तीसगढ़) মধ্য ভাৰতৰ এখন ৰাজ্য। ২০০০ চনৰ ১ নৱেম্বৰত মধ্যপ্ৰদেশৰ দক্ষিণ-পশ্চিমাঞ্চলৰ ষোল্লখন জিলাক লৈ এই ৰাজ্য গঠন কৰা হয়। ৰায়পুৰ এই ৰাজ্যৰ ৰাজধানী। ৫২,১৯৯ বৰ্গমাইল (১৩৫,১৯৪ বৰ্গকিলোমিটাৰ) আয়তনেৰে ছত্তিসগঢ় ভাৰতৰ দশম বৃহত্তম ৰাজ্য।

ছত্তীসগড় ৰাজ্যৰ উত্তৰ-পশ্চিমে মধ্য প্ৰদেশ, পশ্চিমে মহাৰাষ্ট্ৰ, দক্ষিণে অন্ধ্ৰ প্ৰদেশ, পূবে উৰিষ্যা, উত্তৰ-পূবে ঝাড়খণ্ড আৰু উত্তৰে উত্তৰ প্ৰদেশ ৰাজ্য অৱস্থিত।

পূৰ্বীয় হিন্দী ভাষাৰ এক উপভাষা "ছত্তীসগঢ়ি" ভাষা ইয়াৰ প্ৰধান ভাষা আৰু হিন্দীৰ লগতে ৰাজ্যৰ চৰকাৰী ভাষাৰূপে স্বীকৃত।

ক্ৰম কোড জিলা চহৰ জন সংখ্য (২০০১) মাটিকালি (বৰ্গ কিমি) জনঘনত্ব (বৰ্গ কিমি)
1BAবস্তৰজগদল পূৰ13022531496887
2BIবিলাস পূৰবিলাস পূৰ19930428270241
3DAদন্তেবাডাদন্তেবাডা7190651753841
4DHধম্তাৰিধম্তাৰি7035693383208
5DUদুৰ্গদুৰ্গ28017578542328
6JAজশ পূৰজশ পূৰ7397805825127
7JCজঞ্জগিৰ - চম্পাজঞ্জগিৰ13161403848342
8KBকোৰ্বাকোৰ্বা10121216615153
9KJকোৰিয়াকোৰিয়া585455657889
10KKকন্কৈৰকন্কৈৰ6513336513100
11KWকবৰ্থাকবৰ্থা5846674237138
12MAমহাসমুন্দমহাসমুন্দ8601764779180
13RGৰায়গঢৰায়গঢ12650847068179
14RNৰাজনন্দগওৰাজনন্দগও12818118062159
15RPৰায় পূৰৰায় পূৰ300904213083230
16SUসুৰ্গুজাঅন্বিকা পূৰ197066115765125

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]