মেইতেই ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
Wikipedia-logo-v2-mni-v2.svg

মেইতেই ৱিকিপিডিয়া বা মীতৈ ৱিকিপিডিয়া বা মনিপুৰী ৱিকিপিডিয়া হৈছে ৱিকিপিডিয়ামণিপুৰী ভাষা সংস্কৰণ। ই এক বিনামূলীয়া অনলাইন বিশ্বকোষ। ইয়াৰ ইনকুবেটৰ ৰূপ ২০১৮ চনতে আৰম্ত কৰা হৈছিল আৰু ২০২১ চনত ই সম্পূৰ্ণ ৱিকিপিডিয়াত পৰিণত হয়। এতিয়ালৈকে ইয়াত ৮,৩৬৫টা প্ৰবন্ধ আছে।[1][2]

পূৰ্বৰ প্ৰস্তাৱিত লগ'সমূহ[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]