বিষ্ণুপ্ৰিয়া মণিপুৰী ৱিকিপিডিয়া
অৱয়ব
বিষ্ণুপ্ৰিয়া মণিপুৰী ৱিকিপিডিয়া | |
---|---|
ইউ আৰ এল | bpy.wikipedia.org |
শ্লোগান | মুক্ত বিশ্বকোষ |
বাণিজ্যক | নহয় |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | বৈকল্পিক |
ভাষা | বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
বিষ্ণুপ্ৰিয়া মণিপুৰী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২৫,০৮৭ প্ৰবন্ধ আছে।
পৰিসংখ্যা
[সম্পাদনা কৰক]২০২৪ চনত বিষ্ণুপ্ৰিয়া মণিপুৰী ৱিকিপিডিয়াৰ ২৫,০৮৭ টা প্ৰবন্ধ, ২৬,০০০ গৰাকী সম্পাদক, ২ গৰাকী প্ৰশাসক আৰু ৪১ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৮,৯৪,১৫৯।[1]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]বিষ্ণুপ্ৰিয়া মণিপুৰী ৱিকিপিডিয়া
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
|