সমললৈ যাওক

আজাৰবাইজানী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia আজাৰবাইজানী ৱিকিপিডিয়া
ইউ আৰ এল az.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা আজাৰবাইজানী
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

আজাৰবাইজানী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ আজাৰবাইজানী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৯৯,৪২০ প্ৰবন্ধ আছে।

পৰিসংখ্যা

[সম্পাদনা কৰক]

২০২৪ চনত আজাৰবাইজানী ৱিকিপিডিয়াৰ ১,৯৯,৪২০ টা প্ৰবন্ধ, ২,৯৮,০০০ গৰাকী সম্পাদক, ১৫ গৰাকী প্ৰশাসক আৰু ১৪,৭৯০ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৭৭,৮৪,৮০৭।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

আজাৰবাইজানী ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]