সমললৈ যাওক

তেলেগু ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia তেলেগু ৱিকিপিডিয়া
ছাইটৰ প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
উপলব্ধ ভাষা তেলেগু
মালিক ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱেবছাইট te.wikipedia.org
বাণিজ্যিক নহয়
পঞ্জীয়ন বৈকল্পিক

তেলেগু ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ তেলেগু সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,২৭,৫৫৮ টা প্ৰবন্ধ আছে।

পৰিসংখ্যা

[সম্পাদনা কৰক]

২০২৬ চনত তেলেগু ৱিকিপিডিয়াৰ ১,২৭,৫৫৮টা প্ৰবন্ধ, ১,৫০,০০০ গৰাকী সম্পাদক, ১১ গৰাকী প্ৰশাসক আৰু ১৫,৩৪২টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৪৭,৯৪,৫০৬[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তেলেগু ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]