ৱিঘুৰ ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
Favicon of Wikipedia ৱিঘুৰ ৱিকিপিডিয়া
Wikipedia-logo-v2-ug.svg
ইউ আৰ এল ug.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বিজ্ঞাপন নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা ৱিঘুৰ
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

ৱিঘুৰ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ৱিঘুৰ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৫,৫৪৫টা প্ৰবন্ধ আছে।

পৰিসংখ্যা[সম্পাদনা কৰক]

২০২২ চনত ৱিঘুৰ ৱিকিপিডিয়াৰ ৫,৫৪৫টা প্ৰবন্ধ, ১৯,০০০ গৰাকী সম্পাদক, ১ গৰাকী প্ৰশাসক আৰু ২৮২টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১,৫৩,৪৫৬।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

ৱিঘুৰ ৱিকিপিডিয়া