বসনীয় ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia বসনীয় ৱিকিপিডিয়া
Wikipedia-logo-v2-bs.svg
ইউ আৰ এল bs.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা বসনীয়
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

বসনীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ বসনীয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৯১,১৮২ প্ৰবন্ধ আছে।

পৰিসংখ্যা[সম্পাদনা কৰক]

২০২৩ চনত বসনীয় ৱিকিপিডিয়াৰ ৯১,১৮২ টা প্ৰবন্ধ, ১,৪৯,০০০ গৰাকী সম্পাদক, ৯ গৰাকী প্ৰশাসক আৰু ৫,৪৮৩ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৩৪,৬৮,৪০১।[1]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

বসনীয় ৱিকিপিডিয়া

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]