জাৰ্মান ৱিকিপিডিয়া
অৱয়ব
জাৰ্মান ৱিকিপিডিয়া | |
---|---|
ইউ আৰ এল | de.wikipedia.org |
শ্লোগান | মুক্ত বিশ্বকোষ |
বাণিজ্যক | নহয় |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | বৈকল্পিক |
ভাষা | জাৰ্মান |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
জাৰ্মান ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ জাৰ্মান সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 29,47,516 প্ৰবন্ধ আছে।
পৰিসংখ্যা
[সম্পাদনা কৰক]২০২৪ চনত জাৰ্মান ৱিকিপিডিয়াৰ ২৯,৪৭,৫১৬ টা প্ৰবন্ধ, ৪৪,৪৬,০০০ গৰাকী সম্পাদক, ১৭৫ গৰাকী প্ৰশাসক আৰু ১,২৯,৭৭৮ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ২৪,৭৪,৮৪,৯৯১।[1]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
|