সমললৈ যাওক

টুলু ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia টুলু ৱিকিপিডিয়া
ছাইটৰ প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
উপলব্ধ ভাষা তুলু ভাষা
মালিক ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱেবছাইট tcy.wikipedia.org
বাণিজ্যিক নহয়
পঞ্জীয়ন বৈকল্পিক

টুলু ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ টুলু সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২,৮৫৬ প্ৰবন্ধ আছে।

পৰিসংখ্যা

[সম্পাদনা কৰক]

২০২৫ চনত টুলু ৱিকিপিডিয়াৰ ২,৮৫৬টা প্ৰবন্ধ, ৮,০০০ গৰাকী সম্পাদক, ৪ গৰাকী প্ৰশাসক আৰু ১৩টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১,৯৮,৫৯৮।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

টুলু ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]