সমললৈ যাওক

বঙালী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia বঙালী ৱিকিপিডিয়া
ছাইটৰ প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
উপলব্ধ ভাষা বঙালী
মালিক ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱেবছাইট bn.wikipedia.org
বাণিজ্যিক নহয়
পঞ্জীয়ন বৈকল্পিক
ব্যৱহাৰকাৰী ৫,৫৯,৭১৪
বৰ্তমান অৱস্থা সক্ৰিয়

বঙালী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ বঙালী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৯১,১২৭টা প্ৰবন্ধ আছে।

২০০৪ চনৰ ২৭ জানুৱাৰীত বঙালী ৱিকিপিডিয়া জন্মলাভ কৰে।[1][2] ২০০৬ চনৰ অক্টোবৰত বঙালী ৱিকিপিডিয়া প্ৰথম দক্ষিণ এছিয় ৱিকিপিডিয়া হিসাবে ১০,০০০ প্ৰবন্ধ অতিক্ৰম কৰে।[3] ২০১১ চনৰ ৩ অক্টোবৰত উইকিমিডিয়া বাংলাদেশ গঠন কৰা হয়। ২০১৭ চনত ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ৫০,০০০টা হয় আৰু ২০২০ চনত ৮০,০০০ অতিক্ৰম কৰে।

পৰিসংখ্যা

[সম্পাদনা কৰক]

বঙালী ৱিকিপিডিয়াত বৰ্তমান ১,৯১,১২৭টা প্ৰবন্ধ, ৫,৬০,০০০জন সম্পাদক, ১৬জন প্ৰশাসক আৰু ২১,৮৪৩টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৯১,৪০,৮৪৮[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]