লেডিন ৱিকিপিডিয়া
অৱয়ব
এই প্ৰবন্ধটো লেডিন ৱিকিপিডিয়াৰ বিষয়ে। লেটিন ৱিকিপিডিয়াৰ বাবে লেটিন ৱিকিপিডিয়া চাওক।
Screenshot | |
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | লেডিন |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | lld.wikipedia.org |
Commercial | নহয় |
Registration | বৈকল্পিক |
লেডিন ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ লেডিন ভাষাৰ সংস্কৰণ। লাডিন সংস্কৰণ ২০২০ চনৰ আগষ্ট মাহত আৰম্ভ হয়।[1][2] ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৮০,৭৭০ টা প্ৰবন্ধ আছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Al é nasciü la Wikipedia Ladina – La Usc di Ladins" (lld-lld ভাষাত). www.lausc.it. https://www.lausc.it/valedes-ladines/val-badia/13838-al-e-nasciue-la-wikipedia-ladina। আহৰণ কৰা হৈছে: 20 December 2020.
- ↑ "Wikipedia ladina "Finalmente ce l'abbiamo fatta" - Cultura e Spettacoli" (Italian ভাষাত). Alto Adige. 28 October 2020. https://www.altoadige.it/cultura-e-spettacoli/wikipedia-ladina-finalmente-ce-l-abbiamo-fatta-1.2458076। আহৰণ কৰা হৈছে: 2022-03-04.