নিঅ'-আৰামাইক ৱিকিপিডিয়া
অৱয়ব
Screenshot | |
| ছাইটৰ প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
|---|---|
| উপলব্ধ ভাষা | ধ্ৰুপদী চিৰিয়াক |
| মালিক | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
| ৱেবছাইট | arc.wikipedia.org |
| বাণিজ্যিক | নহয় |
| পঞ্জীয়ন | বৈকল্পিক |
নিঅ'-আৰামাইক ৱিকিপিডিয়া বা আৰামীয় ৱিকিপিডিয়া (ধ্ৰুপদী চিৰিয়াক ৱিকিপিডিয়া বুলিও জনা যায়) অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ধ্ৰুপদী চিৰিয়াক ভাষাৰ সংস্কৰণ। ২০০৪ চনৰ জুলাই মাহত ইয়াক আনুষ্ঠানিকভাৱে সৃষ্টি কৰা হৈছিল। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৯২০ টা প্ৰবন্ধ আছে।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Wikistats - Statistics For Wikimedia Projects". stats.wikimedia.org. https://stats.wikimedia.org/#/arc.wikipedia.org। আহৰণ কৰা হৈছে: 2023-06-22.
| ||||||||||||||||||||||||||