মালায়ালম ৱিকিপিডিয়া
অৱয়ব
মালায়ালম ৱিকিপিডিয়া | |
---|---|
ইউ আৰ এল | ml.wikipedia.org |
শ্লোগান | মুক্ত বিশ্বকোষ |
বাণিজ্যক | নহয় |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | বৈকল্পিক |
ভাষা | মালায়ালম |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
মালায়ালম ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ মালায়ালম সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৮৫,৯৪৪ প্ৰবন্ধ আছে।
পৰিসংখ্যা
[সম্পাদনা কৰক]২০২৪ চনত মালায়ালম ৱিকিপিডিয়াৰ ৮৫,৯৪৪টা প্ৰবন্ধ, ১,৮৪,০০০ গৰাকী সম্পাদক, ১৪ গৰাকী প্ৰশাসক আৰু ৭,২৫৯টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৪০,২৪,৮০৬।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|