গ্ৰীক ৱিকিপিডিয়া
অৱয়ব
Screenshot | |
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | গ্ৰীক |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | el.wikipedia.org |
Commercial | নহয় |
Registration | বৈকল্পিক |
গ্ৰীক ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ গ্ৰীক সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২,৪০,৯২৩ প্ৰবন্ধ আছে।
পৰিসংখ্যা
[সম্পাদনা কৰক]২০২৪ চনত গ্ৰীক ৱিকিপিডিয়াৰ ২,৪০,৯২৩টা প্ৰবন্ধ, ৪,৩৪,০০০ গৰাকী সম্পাদক, ২২ গৰাকী প্ৰশাসক আৰু ১৮,৭৮৩টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১,০৭,৭১,৭১২।[1]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
|