বেলাৰুচীয় ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
Favicon of Wikipedia বেলাৰুচীয় ৱিকিপিডিয়া
Wikipedia-logo-v2-be.svg
ইউ আৰ এল be.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বিজ্ঞাপন নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা বেলাৰুচীয়
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

বেলাৰুচীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ বেলাৰুচীয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২,১১,৭০৯ প্ৰবন্ধ আছে।

পৰিসংখ্যা[সম্পাদনা কৰক]

২০২১ চনত বেলাৰুচীয় ৱিকিপিডিয়াৰ ২,১১,৭০৯ টা প্ৰবন্ধ, ১,১২,০০০ গৰাকী সম্পাদক, ১০ গৰাকী প্ৰশাসক আৰু ৩,২৪৬ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৩৯,৬৭,৮০৬।[1]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

বেলাৰুচীয় ৱিকিপিডিয়া

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]