চিচিলিয় ৱিকিপিডিয়া
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
![]() | |
---|---|
![]() | |
ইউ আৰ এল | scn.wikipedia.org |
শ্লোগান | মুক্ত বিশ্বকোষ |
বিজ্ঞাপন | নহয় |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | বৈকল্পিক |
ভাষা | চিচিলিয় ভাষা |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
চিচিলিয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চিচিলিয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২৬,২০২ প্ৰবন্ধ আছে।
পৰিসংখ্যা[সম্পাদনা কৰক]
২০২২ চনত চিচিলিয় ৱিকিপিডিয়াৰ ২৬,২০২ টা প্ৰবন্ধ, ৪১,০০০ গৰাকী সম্পাদক, ৫ গৰাকী প্ৰশাসক আৰু ১,৪০৭ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৭,৩২,৪৭১।[1]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
|