কাশ্মিৰী ৱিকিপিডিয়া
অৱয়ব
(কাশ্মিৰী ৱিকিপিডিয়াৰৰ পৰা পুনঃনিৰ্দেশিত)
Screenshot | |
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | কাশ্মিৰী ভাষা |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | ks.wikipedia.org |
Commercial | নহয় |
Registration | বৈকল্পিক |
কাশ্মিৰী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ কাশ্মিৰী ভাষাৰ সংস্কৰণ। ২০০৪ চনত এই সংস্কৰণ মুকলি কৰা হৈছিল। ২০২১ চনৰ ২৯ নৱেম্বৰত ই ১০০০ প্ৰবন্ধৰ মাইলৰ খুঁটি অতিক্ৰম কৰে।[1][2][3][4] ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৬,০৬০ টা প্ৰবন্ধ আছে।[5] ২০২৪ চনৰ ডিচেম্বৰ মাহলৈকে ইয়াৰ ১১,৮৩০ জন পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী আছে আৰু প্ৰবন্ধৰ সংখ্যা অনুসৰি ই ৱিকিপিডিয়াৰ ২০৭ সংখ্যক বৃহত্তম সংস্কৰণ।
ইতিহাস
[সম্পাদনা কৰক]২০০৪ চনত কাশ্মীৰী ৱিকিপিডিয়া আৰম্ভ হয়। এই তাৰিখটো কাশ্মীৰী ৱিকিপিডিয়াৰ জন্মদিন হিচাপেও পালন কৰা হয়।
ব্যৱহাৰকাৰী আৰু সম্পাদক
[সম্পাদনা কৰক]Number of user accounts | Number of articles | Number of files | Number of administrators |
---|---|---|---|
11895 | 6060 | 13 | 2 |
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Wikimedia Statistics". Wikimedia. https://stats.wikimedia.org/#/ks.wikipedia.org/reading/total-page-views/normal%7Cbar%7C2-year%7C~total%7Cmonthly.
- ↑ "India's 23rd Regional Language Wikipedia Goes Live in Tulu" (en ভাষাত). NDTV Gadgets 360. 8 August 2016. https://gadgets360.com/internet/news/indias-23rd-regional-language-wikipedia-goes-live-in-tulu-870353। আহৰণ কৰা হৈছে: 2022-03-19.
- ↑ "Kashmir language Makes it to Wikipedia". Brighter Kashmir. http://brighterkashmir.com//news/kashmir-language-makes-it-to-wikipedia। আহৰণ কৰা হৈছে: 2022-03-19.
- ↑ Iflaq, Peerzada (2022-03-04). "Volunteers keeping Koshur alive!". Kashmir Reader. https://kashmirreader.com/2022/03/05/volunteers-keeping-koshur-alive/। আহৰণ কৰা হৈছে: 2022-03-19.
- ↑ "Wikistats - Statistics For Wikimedia Projects". stats.wikimedia.org. https://stats.wikimedia.org/#/ks.wikipedia.org। আহৰণ কৰা হৈছে: 2023-06-22.
|