সমললৈ যাওক

কাশ্মীৰী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কাশ্মিৰী ৱিকিপিডিয়াৰ পৰা পুনঃনিৰ্দেশিত)


Favicon of Wikipedia কাশ্মীৰী ৱিকিপিডিয়া
ছাইটৰ প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
উপলব্ধ ভাষা কাশ্মিৰী ভাষা
মালিক ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱেবছাইট ks.wikipedia.org
বাণিজ্যিক নহয়
পঞ্জীয়ন বৈকল্পিক

কাশ্মীৰী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ কাশ্মীৰী ভাষাৰ সংস্কৰণ। ২০০৪ চনত এই সংস্কৰণ মুকলি কৰা হৈছিল। ২০২১ চনৰ ২৯ নৱেম্বৰত ই ১০০০ প্ৰবন্ধৰ মাইলৰ খুঁটি অতিক্ৰম কৰে।[1][2][3][4] ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৮,৮৩১ টা প্ৰবন্ধ আছে।[5] ২০২৪ চনৰ ডিচেম্বৰ মাহলৈকে ইয়াৰ ১১,৮৩০ জন পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী আছে আৰু প্ৰবন্ধৰ সংখ্যা অনুসৰি ই ৱিকিপিডিয়াৰ ২০৭ সংখ্যক বৃহত্তম সংস্কৰণ।

২০০৪ চনত কাশ্মীৰী ৱিকিপিডিয়া আৰম্ভ হয়। এই তাৰিখটো কাশ্মীৰী ৱিকিপিডিয়াৰ জন্মদিন হিচাপেও পালন কৰা হয়।

ব্যৱহাৰকাৰী আৰু সম্পাদক

[সম্পাদনা কৰক]
Kashmiri Wikipedia statistics
Number of user accounts Number of articles Number of files Number of administrators
13610 8831 79 2

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]