সমললৈ যাওক

অৱধী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia অৱধী ৱিকিপিডিয়া
ছাইটৰ প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
উপলব্ধ ভাষা অৱধী ভাষা
মালিক ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱেবছাইট awa.wikipedia.org
বাণিজ্যিক নহয়
পঞ্জীয়ন বৈকল্পিক

অৱধী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ অৱধী ভাষাৰ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২,৯২০ টা প্ৰবন্ধ আছে।[1] ডিচেম্বৰ, ২০২৪ পৰ্যন্ত অৱধী সংস্কৰণত ১৯ জন সক্ৰিয় অৱদানকাৰী আৰু ১ জন প্ৰশাসককে ধৰি ৩,৭১০ জন অৱদানকাৰী আছে। অৱধী ভাষা হ'ল উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশৰ অৱধ অঞ্চল আৰু পশ্চিম নেপালৰ তেৰাই অঞ্চলত প্ৰচলিত ভাৰত-আৰ্য ভাষা

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Wikistats - Statistics For Wikimedia Projects". stats.wikimedia.org. https://stats.wikimedia.org/#/awa.wikipedia.org আহৰণ কৰা হৈছে: 2023-06-22.