চুভাষ ৱিকিপিডিয়া
অৱয়ব
চুভাষ ৱিকিপিডিয়া | |
---|---|
ইউ আৰ এল | cv.wikipedia.org |
শ্লোগান | মুক্ত বিশ্বকোষ |
বাণিজ্যক | নহয় |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | বৈকল্পিক |
ভাষা | চুভাষ |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
চুভাষ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চুভাষ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৫৬,৪৯৫ প্ৰবন্ধ আছে।
পৰিসংখ্যা
[সম্পাদনা কৰক]২০২৪ চনত চুভাষ ৱিকিপিডিয়াৰ ৫৬,৪৯৫ টা প্ৰবন্ধ, ৩৬,০০০ গৰাকী সম্পাদক, ২ গৰাকী প্ৰশাসক আৰু ৫৩৬ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৮,৩৪,৬২৬।[1]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
|