সমললৈ যাওক

আৰবী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia আৰবী ৱিকিপিডিয়া
ইউ আৰ এল ar.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা আৰবী
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

আৰবী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ আৰবী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১২,৪০,৩৮৫ প্ৰবন্ধ আছে।

পৰিসংখ্যা

[সম্পাদনা কৰক]

২০২৪ চনত আৰবী ৱিকিপিডিয়াৰ ১২,৪০,৩৮৫ টা প্ৰবন্ধ, ২৬,১৭,০০০ গৰাকী সম্পাদক, ২৪ গৰাকী প্ৰশাসক আৰু ৫২,৭৬৯ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৬,৭৬,৯২,৮০২।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

আৰবী ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]