সমললৈ যাওক

গুজৰাটী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা


Favicon of Wikipedia গুজৰাটী ৱিকিপিডিয়া
Type of site
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
Available in গুজৰাটী ভাষা
Owner ৱিকিমিডিয়া ফাউণ্ডেশ্যন
URL gu.wikipedia.org
Commercial নহয়
Registration বৈকল্পিক

গুজৰাটী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ গুজৰাটী ভাষাৰ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৩০,৫৬২ টা প্ৰবন্ধ আছে।[1] ২০২৪ চনৰ ডিচেম্বৰ মাহলৈকে ইয়াৰ মাহেকীয়া ৩০ লাখ দৰ্শন হয়।[2]

তথ্য আৰু পৰিসংখ্যা

[সম্পাদনা কৰক]
ভাৰতৰ গুজৰাট

আৰম্ভ: জুলাই, ২০০৪

Founders:

বৰ্তমানৰ আকাৰ: 30,562 articles

মুঠ সম্পাদনা: 8,83,898

মুঠ ব্যৱহাৰকাৰী: 81,679 users

সক্ৰিয় সম্পাদক: 66 in the past month

সক্ৰিয় প্ৰশাসক: 3 administrators

মুঠ পৃষ্ঠা: 1,32,539 pages

মুঠ ফাইল: 0 files


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Wikistats - Statistics For Wikimedia Projects". stats.wikimedia.org. https://stats.wikimedia.org/#/gu.wikipedia.org। আহৰণ কৰা হৈছে: 2023-06-22. 
  2. "Wikistats - Statistics For Wikimedia Projects". stats.wikimedia.org. https://stats.wikimedia.org/#/gu.wikipedia.org। আহৰণ কৰা হৈছে: 2023-06-22.