সমললৈ যাওক

ইউক্ৰেনীয় ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia ইউক্ৰেনীয় ৱিকিপিডিয়া
ছাইটৰ প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
উপলব্ধ ভাষা ইউক্ৰেনীয়
মালিক ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱেবছাইট uk.wikipedia.org
বাণিজ্যিক নহয়
পঞ্জীয়ন বৈকল্পিক

ইউক্ৰেনীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইউক্ৰেনীয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৪,১৬,৬৫৬ টা প্ৰবন্ধ আছে।

পৰিসংখ্যা

[সম্পাদনা কৰক]
Growth in the number of Ukrainian Wikipedia articles

২০২৬ চনত ইউক্ৰেনীয় ৱিকিপিডিয়াৰ ১৪,১৬,৬৫৬টা প্ৰবন্ধ, ৮,৯৩,০০০ গৰাকী সম্পাদক, ৪৪ গৰাকী প্ৰশাসক আৰু ১,১৪,৫৭৮টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৪,৭৭,৪৪,১৫৪।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

ইউক্ৰেনীয় ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]