সমললৈ যাওক

গুৱাৰাণী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia গুৱাৰাণী ৱিকিপিডিয়া
ছাইটৰ প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
উপলব্ধ ভাষা গুৱাৰাণী
মালিক ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱেবছাইট gn.wikipedia.org
বাণিজ্যিক নহয়
পঞ্জীয়ন বৈকল্পিক

গুৱাৰাণী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ গুৱাৰাণী সংস্কৰণ। এই সংস্কৰণ আৰম্ভ হয় ২০০৫ চনত। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৬,০৩০ টা প্ৰবন্ধ আছে।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Wikistats - Statistics For Wikimedia Projects". stats.wikimedia.org. https://stats.wikimedia.org/#/gn.wikipedia.org আহৰণ কৰা হৈছে: 2023-06-22.