সমললৈ যাওক

মৈথিলী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia মৈথিলী ৱিকিপিডিয়া
ছাইটৰ প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
উপলব্ধ ভাষা মৈথিলী ভাষা
মালিক ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱেবছাইট mai.wikipedia.org
বাণিজ্যিক নহয়
পঞ্জীয়ন বৈকল্পিক

মৈথিলী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ মৈথিলী ভাষাৰ সংস্কৰণ। ২০১৪ চনৰ ৬ নৱেম্বৰত এই ছাইটটো মুকলি কৰা হৈছিল।[1] ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৪,৩৫৫ টা প্ৰবন্ধ আছে। ৱিকিপিডিয়াত মৈথিলী ভাষাৰ প্ৰবন্ধ দেৱনাগৰী লিপিৰে লিখা হয়।[2] মৈথিলী হ'ল ভাৰতৰ বিহাৰ আৰু ঝাৰখণ্ড ৰাজ্যত প্ৰচলিত ভাৰত-আৰ্য ভাষা আৰু ই ভাৰতীয় স্বীকৃতিপ্ৰাপ্ত ২২ টা ভাষাৰ ভিতৰত অন্যতম।[3][4][5] তাৰোপৰি এই ভাষা নেপালৰ পূব তৰাইতো প্ৰচলিত আৰু নেপালৰ দ্বিতীয় প্ৰচলিত ভাষা তথা নেপালৰ ১২২ টা স্বীকৃতিপ্ৰাপ্ত ভাষাৰ ভিতৰত অন্যতম।[6][7]

২০০৮ চনৰ পৰাই মৈথিলী ভাষাৰ ৱিকিপিডিয়া সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ হয়।[1][8]

ব্যৱহাৰকাৰী আৰু সম্পাদক

[সম্পাদনা কৰক]
Maithili Wikipedia statistics[9]
Number of user accountsNumber of articlesNumber of filesNumber of administrators
17351143551264

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 थारु, बुनु. "जनकपुरका युवा जसले मैथिली विकिपिडियाको सुरुवात गरे" (ne ভাষাত). eKantipur. https://ekantipur.com/feature/2021/01/26/161167080558668870.html.
  2. Yadava, Y. P. (2013). Linguistic context and language endangerment in Nepal. Nepalese Linguistics 28 Archived 3 March 2016 at the Wayback Machine: 262–274.
  3. "Archived copy". http://mha.nic.in/hindi/sites/upload_files/mhahindi/files/pdf/Eighth_Schedule.pdf আহৰণ কৰা হৈছে: 2018-08-23.
  4. "Prakash Javadekar likely to call meeting of experts to promote Maithili script - मैथिली लिपि को बढ़ावा देने के लिए विशेषज्ञों की जल्द ही बैठक बुला सकते हैं प्रकाश जावड़ेकर". Archived from the original on 2018-03-21. https://web.archive.org/web/20180321192835/https://khabar.ndtv.com/news/india/prakash-javadekar-likely-to-call-meeting-of-experts-to-promote-maithili-script-1826774 আহৰণ কৰা হৈছে: 2018-03-21.
  5. "मैथिली को भी मिलेगा दूसरी राजभाषा का दर्जा". https://m.livehindustan.com/jharkhand/story-maithili-will-get-second-state-language-status-in-jharkhand-1835624.html.
  6. "Nepal" (en ভাষাত). Ethnologue. https://www.ethnologue.com/country/NP/languages.
  7. Sah, K. K. (2013). "Some perspectives on Maithili". Nepalese Linguistics (28): 179–188.
  8. जोशी, यज्ञराज (3 June 2019). "मैथिली विकिपिडिया स्थापना गरेर जो विश्वका १८ योगदानकर्ताभित्र छानिए" (Nepali ভাষাত). nepalkhabar. https://nepalkhabar.com/society/50111-2021-02-13-13-23-59.
  9. "List of Wikipedias". Wikimedia Foundation. https://meta.wikimedia.org/wiki/List_of_Wikipedias আহৰণ কৰা হৈছে: April 26, 2022.