মান ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
Favicon of Wikipedia মান ৱিকিপিডিয়া
Wikipedia-logo-v2-my.svg
ইউ আৰ এল my.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বিজ্ঞাপন নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা মান ভাষা
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

মান ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ মান ভাষাৰ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৪৬,৩২৬ প্ৰবন্ধ আছে।

পৰিসংখ্যা[সম্পাদনা কৰক]

২০২০ চনত মান ৱিকিপিডিয়াৰ ৪৬,৩২৬ টা প্ৰবন্ধ, ৮৩,০০০ গৰাকী সম্পাদক, ৫ গৰাকী প্ৰশাসক আৰু ২,৮৬৪ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৫,২৮,৮৯৩।[1]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]