কাজাখ ৱিকিপিডিয়া
অৱয়ব
Screenshot | |
| ছাইটৰ প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
|---|---|
| উপলব্ধ ভাষা | কাজাখ |
| মালিক | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
| ৱেবছাইট | kk.wikipedia.org |
| বাণিজ্যিক | নহয় |
| পঞ্জীয়ন | বৈকল্পিক |
কাজাখ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ কাজাখ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২,৪০,৯৪৯ টা প্ৰবন্ধ আছে।
পৰিসংখ্যা
[সম্পাদনা কৰক]2025 চনৰ কাজাখ ৱিকিপিডিয়া'ৰ 2,40,949 প্ৰবন্ধ, 1,70,000 সম্পাদক, 15 প্ৰশাসক আৰু 8,597 ফাইল আছে। মোট সম্পাদনা সংখ্যা 35,14,274।[1]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
| ||||||||||||||||||||||||||