সমললৈ যাওক

ফিজি হিন্দী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia ফিজি হিন্দী ৱিকিপিডিয়া
ছাইটৰ প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
উপলব্ধ ভাষা ফিজি হিন্দী
মালিক ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱেবছাইট hif.wikipedia.org
বাণিজ্যিক নহয়
পঞ্জীয়ন বৈকল্পিক

ফিজি হিন্দী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ফিজি হিন্দী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১২,৩২৯ টা প্ৰবন্ধ আছে।[1] ফিজি হিন্দী ভাষাটো ভাৰতীয় বংশোদ্ভূত ফিজিয় নাগৰিকসকলৰদ্বাৰা সৰ্বাধিক ব্যৱহৃত ভাষা। ফিজি হিন্দীত মূলত ফিজিৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ প্ৰায় ৩ লাখ ৮০ হাজাৰ মানুহে কথা পাতে। ভাৰতবৰ্ষত প্ৰচলিত ফিজি হিন্দীৰ উপভাষাটো ভোজপুৰীৰ লগতে বিহাৰী আদি অন্যান্য নামেৰে পৰিচিত।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Wikistats - Statistics For Wikimedia Projects". stats.wikimedia.org. https://stats.wikimedia.org/#/hif.wikipedia.org আহৰণ কৰা হৈছে: 2023-06-22.