সমললৈ যাওক

নেপালী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা


Favicon of Wikipedia নেপালী ৱিকিপিডিয়া
ছাইটৰ প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
উপলব্ধ ভাষা নেপালী ভাষা
মালিক ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱেবছাইট ne.wikipedia.org
বাণিজ্যিক নহয়
পঞ্জীয়ন বৈকল্পিক

নেপালী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ নেপালী ভাষাৰ সংস্কৰণ।[1] ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২৯,২৬৪ টা প্ৰবন্ধ আছে।

ইংৰাজী ৱিকিপিডিয়া আৰম্ভ হোৱাৰ এবছৰৰ পিছত ২০০২ চনৰ ৩ জুন তাৰিখে নেপালী ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰা হয় আৰু দক্ষিণ এছিয়াৰ প্ৰথম ভাষাসমূহৰ ভিতৰত ইয়াৰ নিজা ৱিকিপিডিয়া আছিল।[2][3]

পৰিসংখ্যা

[সম্পাদনা কৰক]

২০২৪ চনৰ ডিচেম্বৰ মাহলৈকে নেপালী ৱিকিপিডিয়াত প্ৰায় ৩১,০০০ প্ৰবন্ধ আছে। ইয়াৰ পাঠকৰ বিপুল সংখ্যকৰ উৎপত্তি নেপালৰ পৰা৷

Origin of views (2018) Source
Nepal
  
৫৩.৬%
United States
  
১৩.৯%
China
  
১০.৪%
France
  
৮.১%
India
  
৬.৪%
Germany
  
৩.৭%
Other
  
৩.৯%

তথ্যসূত্ৰ

[সম্পাদনা কৰক]