আমেৰিকা যুক্তৰাষ্ট্ৰ
আমেৰিকা যুক্তৰাষ্ট্ৰ | |
|---|---|
| Motto: In God We Trust (official) E Pluribus Unum (traditional) (Latin: Out of Many, One) | |
| Anthem: "The Star-Spangled Banner" | |
| Location of the United States | |
| ৰাজধানী | ৱাছিংটন, ডি চি |
| Largest city | নিউয়ৰ্ক মহানগৰ |
| Official languages | যুক্তৰাষ্ট্ৰীয় স্তৰত নাই[a] |
| ৰাষ্ট্ৰীয় ভাষা | ইংৰাজী (ডি ফেক্টো)[b] |
| Demonym | আমেৰিকান |
| Government | যুক্তৰাষ্ট্ৰীয় সাংবিধানিক প্ৰজাতন্ত্ৰ |
• ৰাষ্ট্ৰপতি |
জ’ বাইডেন |
• হউচৰ স্পিকাৰ |
জন বহনাৰ (ৰি) |
• মুখ্য বিচাৰপতি |
জন ৰবাৰ্টচ |
| Legislature | কংগ্ৰেছ |
| ছিনেট | |
| হাউচ অফ ৰিপ্ৰেজেনটেটিভ | |
| স্বাধীনতা যুক্তৰাজ্যৰ পৰা | |
• স্বাধীনতা লাভ |
৪ জুলাই, ১৭৭৬ |
| September 3, 1783 | |
| June 21, 1788 | |
| Area | |
• Total | 98,26,675 বৰ্গ কি.মি. (37,94,100 বৰ্গ মাইল)[1][c] (3rd/4th) |
• Water (%) | 6.76 |
| Population | |
• 2011 estimate | সাঁচ:Poptoday[2] (3rd) |
• Density | 33.7 /কিমি২ (87.3 /বৰ্গ মাইল) |
| GDP (PPP) | 2011 estimate |
• Total | $15.065 trillion[3] (1st) |
• Per capita | $48,147[3] (8th) |
| GDP (nominal) | 2011 estimate |
• Total | $15.065 trillion[4] (1st) |
• Per capita | $48,147[3] (15th) |
| Gini (2007) | 45.0[1] Error: Invalid Gini value (39th) |
| HDI (2011) | Error: Invalid HDI value (4th) |
| Currency | United States dollar ($) (USD) |
| Time zone | UTC−5 to −10 |
• Summer (DST) | UTC−4 to −10 |
| Date format | m/d/yy (AD) |
| Calling code | +1 |
| ISO 3166 code | US |
| Internet TLD | .us .gov .mil .edu |
^ a. English is the official language of at least 28 states—some sources give a higher figure, based on differing definitions of "official".[6] English and Hawaiian are both official languages in the state of Hawaii.
^ b. English is the de facto language of American government and the sole language spoken at home by 80% of Americans age five and older. Spanish is the second most commonly spoken language. ^ c. Whether the United States or the People's Republic of China is larger is disputed. The figure given is from the U.S. Central Intelligence Agency's World Factbook. Other sources give smaller figures. All authoritative calculations of the country's size include only the 50 states and the District of Columbia, not the territories. ^ d. The population estimate includes people whose usual residence is in the fifty states and the District of Columbia, including noncitizens. It does not include either those living in the territories, amounting to more than 4 million U.S. citizens (most in Puerto Rico), or U.S. citizens living outside the United States. | |
আমেৰিকা যুক্তৰাষ্ট্ৰ বা মাৰ্কিন যুক্তৰাষ্ট্ৰ (ইংৰাজী: United States of America) উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত পঞ্চাশখন ৰাজ্য আৰু এখন যুক্তৰাষ্ট্ৰীয় জিলাৰে গঠিত এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক গণতান্ত্ৰিক ৰাষ্ট্ৰ। এই দেশ ইউনাইটেড ষ্টেট্চ অৱ আমেৰিকা নামেৰেও জনাজাত। পশ্চিমে প্ৰশান্ত আৰু পূবে আটলাণ্টিক মহাসাগৰৰ মধ্যস্থলত এই ৰাষ্ট্ৰ অৱস্থিত; উত্তৰ আৰু দক্ষিণ সীমান্তত যথাক্ৰমে কানাডা আৰু মেক্সিকো ৰাষ্ট্ৰদ্বয় অৱস্থিত। আলাস্কা ৰাজ্যখন মহাদেশৰ উত্তৰ-পশ্চিমত অৱস্থিত; এই ৰাজ্যৰ পূব সীমাত কানাডা আৰু পশ্চিমে বেৰিং প্ৰণালী; তাৰ কাষতে ৰাছিয়া। আনহাতে হাৱাই ৰাজ্যখন মধ্য-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত অৱস্থিত এটি দ্বীপপুঞ্জ। ইয়াৰোপৰি কেৰিবিয়ান আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অসংখ্য দ্বীপপুঞ্জ আমেৰিকা যুক্তৰাষ্ট্ৰ অন্তৰ্ভুক্ত।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ আয়তন ৩.৭৯ মিলিয়ন বৰ্গমাইল (৯.৮৩ মিলিয়ন বৰ্গকিলোমিটাৰ)। দেশখনৰ জনসংখ্যা প্ৰায় ৩০৯ মিলিয়ন। সামগ্ৰিক আয়তনৰ হিচাপ অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ তৃতীয় অথবা চতুৰ্থ বৃহত্তম ৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমাজ বিশ্বেৰ সকলোতকৈ বৈচিত্ৰ্য মণ্ডিত বহুজাতিক সমাজব্যৱস্থা। আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ বিভিন্ন দেশৰ বহু মানুহৰ সংমিশ্ৰণত গঠন হোৱা এক বহুসংস্কৃতিবাদী ৰাষ্ট্ৰ।[8] আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে বিশ্বৰ বৃহত্তম অৰ্থনীতি। ২০০৮ চনত দেশৰ আনুমানিক মুঠ ঘৰুৱা উৎপাদনৰ (GDP) হাৰ আছিল ১৪.৪ ট্ৰিলিয়ন আমেৰিকান ডলাৰ (বিশ্বৰ জিডিপিৰ এক চতুৰ্থাংশ)।[4][9]
ৰাজ্য
[সম্পাদনা কৰক]
- ৱাছিংটন
- মণ্টানা
- নৰ্থ ডকোটা
- মিনিচোটা
- উইচকনচিন
- মিছিগান
- নিউয়ৰ্ক
- মেইন
- নিউ হেম্পশায়াৰ
- ভাৰমণ্ট
- মাচাছুছিটাচ
- ৰড আইলেণ্ড
- কানেকটিকাট
- নিউজাৰ্চী
- ডেলাৱেৰ
- মেৰিলেণ্ড
- ৱেষ্ট ভাৰ্জিনিয়া
- পেনছিলভেনিয়া
- অ’হাঅ’
- ইণ্ডিয়ানা
- ইলিনয়চ
- আইৱা
- চাউথ ডাকোটা
- ৱায়মিং
- আইডাহো
- অৰেগন
- কেলিফৰ্ণিয়া
- নেভাডা
- ইউটাহ
- কল’ৰাডো
- নাব্ৰাস্কা
- কেনচাচ
- মিচৌৰি
- কেণ্টাকি
- ভাৰ্জিনিয়া
- নৰ্থ কেৰলাইনা
- টেনেচি
- আৰকেনচাচ
- অকল’হামা
- নিউ মেক্সিকো
- আৰিজোনা
- টেক্সাচ
- চাউথ কেৰলাইনা
- জৰ্জিয়া
- আলাবামা
- মিছিছিপি
- ফ্লৰিডা
- লুইচিয়ানা
- হাৱাই
- আলাস্কা
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "United States". The World Factbook. CIA. 2009-09-30. Archived from the original on 2007-06-12. https://web.archive.org/web/20070612213256/https://www.cia.gov/library/publications/the-world-factbook/geos/us.html। আহৰণ কৰা হৈছে: 2010-01-05 (area given in square kilometers).
- ↑ "U.S. POPClock Projection". U.S. Census Bureau. http://www.census.gov/population/www/popclockus.html. Figure updated automatically.
- ↑ 3.0 3.1 3.2 "United States". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2011/02/weodata/weorept.aspx?sy=2009&ey=2016&scsm=1&ssd=1&sort=country&ds=.&br=1&c=111&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=&pr1.x=49&pr1.y=17। আহৰণ কৰা হৈছে: 2011-10-09.
- ↑ 4.0 4.1 "World Economic Outlook Database". International Monetary Fund. October 2008. http://www.imf.org/external/pubs/ft/weo/2008/02/weodata/index.aspx। আহৰণ কৰা হৈছে: 2008-10-27.
- ↑ "Human Development Report 2011". United Nations. 2011. http://hdr.undp.org/en/media/HDR_2011_EN_Table1.pdf। আহৰণ কৰা হৈছে: 5 November 2011.
- ↑ Feder, Jody (2007-01-25). "English as the Official Language of the United States—Legal Background and Analysis of Legislation in the 110th Congress". Ilw.com (Congressional Research Service). http://www.ilw.com/immigrationdaily/news/2007,0515-crs.pdf। আহৰণ কৰা হৈছে: 2007-06-19.
- ↑ {{cite web|url=http://www.footprintnetwork.org/images/uploads/Ecological_Footprint_Atlas_2010.pdf%7Ctitle=Ecological Footprint Atlas 2010|publisher=Global Footprint Network|accessdate=11 July 2011}}
- ↑ Adams, J.Q., and Pearlie Strother-Adams (2001). Dealing with Diversity. Chicago: Kendall/Hunt. আই.এচ.বি.এন. 0-7872-8145-X.
- ↑ The European Union has a larger collective economy, but is not a single nation.
