নেপাল
Federal Democratic Republic of Nepal सङ्घीय लोकतान्त्रिक गणतन्त्र नेपाल সংঘীয় লোকতান্ত্ৰিক গণতন্ত্ৰ নেপাল | |
|---|---|
|
Flag | |
| Motto: जननी जन्मभूमिश्च स्वर्गादपि गरीयसी (দেৱনাগিৰি) "Mother and Motherland are Greater than Heaven" | |
| Anthem: Sayaun Thunga Phool Ka ইংৰাজী: We are Hundreds of Flowers | |
| ৰাজধানী and largest city | কাঠমাণ্ডু (নেপালী: काठमाडौं) |
| Official languages | নেপালী[1] |
| Recognised regional languages | নেপালী ভাষা, মৈথিলী, ভোজপুৰী, থাৰু, গুৰুং, তামাং, মগৰ, অৱধী, শ্বেৰ্পা, কিৰান্তি, লিম্বু আৰু ইয়াৰোপৰি সৰ্বমুঠ ১০৩ বিধ বিভিন্ন কথিত ভাষা যাৰ সৰহ ভাগেই কমকৈ প্ৰচলিত ভাষা।
ধৰ্ম(২০১১) হিন্দু ৮১.০৩% বুদ্ধ ৯% ইছলাম ৪.৪%অন্যান্য ৫.৩% |
| Demonym | নেপালী |
| Government | যুক্তৰাষ্ট্ৰীয় গণতন্ত্ৰ |
• ৰাষ্ট্ৰপতি |
বিদ্যা দেৱী ভান্দাৰী[2] |
• প্ৰধান মন্ত্ৰী |
শ্বেৰ বাহাদুৰ দেউবা[2] |
| Legislature | Constituent Assembly |
| Unification | |
• সাম্ৰাজ্য ঘোষণা |
21 December 1768 |
• State declared |
15 January 2007 |
• গণতন্ত্ৰ ঘোষণা |
28 May 2008 |
| Area | |
• Total | 1,47,181 বৰ্গ কি.মি. (56,827 বৰ্গ মাইল) (95th) |
• Water (%) | 2.8 |
| Population | |
• 2010 estimate | 29,331,000[3] (40th) |
• 2011 census | 26,620,809[4] |
• Density | 199.3 /কিমি২ (516.2 /বৰ্গ মাইল) (62nd) |
| GDP (PPP) | 2011 estimate |
• Total | $37.795 billion[5] |
• Per capita | 1,328 ডলাৰ[5] |
| GDP (nominal) | 2011 estimate |
• Total | 18.580 বিলিয়ন ডলাৰ[5] |
• Per capita | 653 ডলাৰ[5] |
| Gini (2003–04) | 47.2 high inequality |
| HDI (2011) | Error: Invalid HDI value (157th) |
| Currency | নেপালী ৰূপী (NPR) |
| Time zone | UTC+5:45 (NPT) |
• Summer (DST) | UTC+5:45 (not observed) |
| Calling code | +977 |
| ISO 3166 code | NP |
| Internet TLD | .np |
নেপালৰ (ইংৰাজী: Nepal নেপালী: नेपाल), চৰকাৰী নাম হৈছে সংঘীয় লোকতান্ত্ৰিক গণতন্ত্ৰ নেপাল। দক্ষিণ এছিয়াত অৱস্থিত নেপাল এখন সাৰ্বভৌমত্ব ৰাজ্য। ইয়াৰ মাটিকালি হৈছে ১৪৭,১৮১ বৰ্গ কিঃমিঃ (৫৬,৮২৭ বৰ্গ মাইল)[7] আৰু জনসংখ্যা প্ৰায় ২.৭ কোটি[8]। নেপালৰ উত্তৰ দিশত চীন দেশ, দক্ষিণ, পূৱ আৰু পশ্চিম দিশত ভাৰতবৰ্ষ অৱস্থিত।
নেপালৰ ৰাজধানী হৈছে কাঠমাণ্ডু আৰু ৰাষ্ট্ৰখনৰ বৃহত্তম মহানগৰ। কাঠমাণ্ডুৰ মুঠ জনসংখ্যা প্ৰায় ৫০ লাখ।
নেপালৰ উত্তৰ দিশত পৃথিৱীৰ দহটা সৰ্ব্বোচ্চ পৰ্বতৰ ভিতৰত আঠোটাই ইয়াত অৱস্থিত। পৃথিৱীৰ উচ্চতম স্থান মাউণ্ট এভাৰেষ্ট (নেপালীত সাগৰমাথা বোলা হয়) ইয়াতেই অৱস্থিত। ইয়াত ২০,০০০ ফুট (৬,০৯৬ মিটাৰ)ৰো অধিক উচ্চতাৰ ২৪০ তাৰো অধিক শৃংগ আছে।[9] নেপালৰ দক্ষিণ অঞ্চলটো সাৰুৱা আৰু আৰ্দ্ৰ হোৱা হেতু ইয়াৰ জনবসতি বেছি।
নেপালৰ মুঠ জনসংখ্যাৰ সংখ্যাগৰিষ্ঠই হৈছে হিন্দু ধৰ্মাৱলম্বী লোক।[10] ইয়াৰ ৮১% নেপালী লোকেই হিন্দু। বৌদ্ধ ধৰ্ম লোকৰ সংখ্যা কম যদিও এই ধৰ্মৰ ইতিহাসৰ লগত নেপাল ওতপ্ৰোতভাৱে জড়িত আছে।
নামৰ উৎপত্তি
[সম্পাদনা কৰক]"নেপাল" নামৰ উৎপত্তি কিদৰে হ'ল সঠিক ভাৱে জনা নাযায়। তথাপি প্ৰায়বিলাকৰ মতে "নে" অৰ্থাৎ "পৱিত্ৰ" আৰু "পাল" অৰ্থাৎ "গুহা" - এই দুটা শব্দৰ পৰা গঠিত হৈছে। অৰ্থাৎ নেপাল মানে "পৱিত্ৰ গুহা"।
ভূগোল
[সম্পাদনা কৰক]
নেপালৰ ভূ-প্ৰকৃতি অত্যন্ত বৈচিত্ৰপূৰ্ণ। নেপালৰ আকৃতি এটা চতুৰ্ভুজৰ নিচিনা, প্ৰায় ৮০০ কিঃমিঃ (৫০০মাইল) দৈৰ্ঘ্য আৰু ২০০ কিঃমিঃ (১২৫ মাইল) প্ৰস্থ। নেপালৰ মুঠ মাটিকালি প্ৰায় ১৪৭,১৮১ বৰ্গকিঃমিঃ (৫৬,৮২৭ বৰ্গমাইল)। ভূ-প্ৰকৃতিৰ বৈচিত্ৰ্যঅনুসৰি নেপালক তিনিটা ভাগত ভাগ কৰা হৈছে - পৰ্বত, পাহাৰ আৰু তৰাই।
প্ৰধান ভৌগোলিক অঞ্চল:
- হিমালয় অঞ্চল
- পাহাৰ অঞ্চল
- তৰাই অঞ্চল
প্ৰশাসনিক অঞ্চলসমূহ
[সম্পাদনা কৰক]
নেপালক মূলতঃ ৫টা উন্নয়ন মণ্ডলত ভাগ কৰা হৈছে। এই উন্নয়ন মণ্ডল সমূহক পুনৰ ১৪টা প্ৰশাসনিক অঞ্চল (নেপালী: अञ्चल) আৰু ৭৫খন জিলাত (নেপালী: जिल्ला) ভাগ কৰা হৈছে।
- পূৰ্বাঞ্চল
- মেচী অঞ্চল
- কোশী অঞ্চল
- সগৰমাথা অঞ্চল
- মধ্যাঞ্চল
- জনকপুৰ অঞ্চল
- বাগমতী অঞ্চল
- নাৰায়ণী অঞ্চল
- পশ্চিমাঞ্চল
- গণ্ডকী অঞ্চল
- লুম্বিনী অঞ্চল
- ধৱলাগিৰী অঞ্চল
- মধ্যপশ্চিমাঞ্চল
- ৰাপ্তী অঞ্চল
- কৰ্ণালী অঞ্চল
- ভেৰী অঞ্চল
- সুদূৰ পশ্চিমাঞ্চল
- সেতী অঞ্চল
- মহাকালী অঞ্চল
শিক্ষা
[সম্পাদনা কৰক]নেপালৰ কেইখনমান উল্লেখযোগ্য শৈক্ষিক প্ৰতিষ্ঠান হৈছে:
- ত্ৰিভুৱন বিশ্ববিদ্যালয়
- কাঠমাণ্ডু বিশ্ববিদ্যালয়
- পোখৰা বিশ্ববিদ্যালয়
- নেপাল কৃষি আৰু বন বিশ্ববিদ্যালয়
- পূৰ্বাঞ্চল বিশ্ববিদ্যালয়
- খুল্লা বিশ্ববিদ্যালয়
- মহেন্দ্ৰ সংস্কৃত বিশ্ববিদ্যালয়
নেপালৰ প্ৰায় দুই-তৃতীয়াংশ মহিলা আৰু এক-তৃতীয়াংশ পুৰুষেই হৈছে অশিক্ষিত।[11]
- নেপাল
-
Kathmandu
-
Budhanilkantha
-
Bhaktapur
-
Patan
-
Himalaya
-
Mustang
-
Rice
-
Transport
তথ্য সংযোগ
[সম্পাদনা কৰক]- ↑ According to Interim Constitution Nepali is only the official language (article 5, point 2). Other languages spoken as the mother tongue in Nepal are the national languages (article 5, point 1). According to article 5, point 3, all languages are accepted as official languages at the regional level. Today's more than 90% people speak Nepali as a 1st language. Nepal_Interim_Constitution2007
- ↑ 2.0 2.1 "President Bhandari administers oath of office to Oli". The Rising Nepal. 15 February 2020. Archived from the original on 22 March 2020. https://web.archive.org/web/20200322091521/https://therisingnepal.org.np/news/21933.
- ↑ Department of Economic and Social Affairs Population Division (2009) (PDF). World Population Prospects, Table A.1. 2008 revision. United Nations. http://www.un.org/esa/population/publications/wpp2008/wpp2008_text_tables.pdf। আহৰণ কৰা হৈছে: 12 March 2009.
- ↑ "Nepal Census 2011". Central Bureau of Statistics (Nepal). http://sites.google.com/site/nepalcensus/home/preliminary-result-2011। আহৰণ কৰা হৈছে: 6 March 2012.
- ↑ 5.0 5.1 5.2 5.3 "Nepal". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2012/01/weodata/weorept.aspx?pr.x=46&pr.y=13&sy=2009&ey=2012&scsm=1&ssd=1&sort=country&ds=.&br=1&c=558&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=। আহৰণ কৰা হৈছে: 20 April 2012.
- ↑ "Human Development Report 2011. Human development index trends: Table G". The United Nations. http://hdr.undp.org/en/media/HDR_2011_EN_Tables.pdf। আহৰণ কৰা হৈছে: 5 November 2011.
- ↑ http://census.gov.np/images/pdf/Population%20Census%20Prelliminary%20Report%202011.pdf[সংযোগবিহীন উৎস]
- ↑ "The World Factbook : Rank order population". CIA. Archived from the original on 2020-05-22. https://web.archive.org/web/20200522235658/https://www.cia.gov/library/publications/the-world-factbook/rankorder/2147rank.html। আহৰণ কৰা হৈছে: 2012-07-04.
- ↑ Shaha (1992), p. 1.
- ↑ "CIA Factbook, Nepal, "People" section". Cia.gov. Archived from the original on 29 December 2010. https://web.archive.org/web/20101229013308/https://www.cia.gov/library/publications/the-world-factbook/geos/np.html#People। আহৰণ কৰা হৈছে: 29 July 2009.
- ↑ "Human Development Report 2010 – Nepal". Hdrstats.undp.org. http://hdrstats.undp.org/en/countries/profiles/NPL.html। আহৰণ কৰা হৈছে: 25 Jan 2011.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| নেপাল প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
| শব্দৰ অৰ্থ ৱিকিঅভিধানত | |
| চিত্ৰ আৰু মিডিয়া কমন্সত | |
| মাধ্যম আৰু কাৰ্যক্ৰম ৱিকিবিশ্ববিদ্যালয়ত | |
| বা-বাতৰি ৱিকিসংবাদত | |
| উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত | |
| কিতাপ, লিখনি আদি ৱিকিউৎসত | |
| পাঠ্যপুথি ৱিকিগ্ৰন্থত | |
- আধিকাৰিক ৱেবছাইট of the Government of Nepal
- Nepal entry at The World Factbook
- নেপাল বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
- Wikimedia Atlas of Nepal
Nepal ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা- Planet Nepal Archived 2017-09-17 at the Wayback Machine Nepal Encyclopedia Project
- Key Development Forecasts for Nepal from International Futures
- Where is Nepal located Archived 2012-08-20 at the Wayback Machine
- Where is Nepal
- Nepal info Archived 2012-06-03 at the Wayback Machine
| |||||||||||||||||||||
| ||||||||||