সমললৈ যাওক

ভোজপুৰী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia ভোজপুৰী ৱিকিপিডিয়া
ছাইটৰ প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
উপলব্ধ ভাষা ভোজপুৰী ভাষা
মালিক ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱেবছাইট bh.wikipedia.org
বাণিজ্যিক নহয়
পঞ্জীয়ন বৈকল্পিক

ভোজপুৰী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ভোজপুৰী ভাষাৰ সংস্কৰণ। ২০০৩ চনৰ ২১ ফেব্ৰুৱাৰীত এই ছাইটটো মুকলি কৰা হৈছিল।[1] ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৯,১৮৮ টা প্ৰবন্ধ আছে। ভোজপুৰী ভাষা উত্তৰ-পূব ভাৰত আৰু নেপালৰ তেৰাই অঞ্চলত প্ৰচলিত ভাৰত-আৰ্য ভাষা[2] ইয়াক প্ৰধানকৈ পশ্চিম বিহাৰ আৰু পূব উত্তৰ প্ৰদেশত কোৱা হয়।[3] এই ভাষাটো ফিজি, গায়ানা, মৰিচাছ, দক্ষিণ আফ্ৰিকা, ছুৰিনাম আৰু ট্ৰিনিদাদ আৰু ট'বাগোৰ সংখ্যালঘু ভাষা।

ব্যৱহাৰকাৰী আৰু সম্পাদক

[সম্পাদনা কৰক]
Bhojpuri Wikipedia statistics[4]
Number of user accountsNumber of articlesNumber of filesNumber of administrators
404719188542

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. A Study on the Usage of Internet by Working Women of Vadodara City for Performing Their Household Responsibilities. Anchor Academic Publishing. 2016. ISBN 978-3-96067-551-8.
  2. Bhojpuri Ethnologue World Languages (2009)
  3. Ethnologue's detailed language map Archived 16 October 2012 at the Wayback Machine of western Madhesh; see the disjunct enclaves of language #9 in SE.
  4. "List of Wikipedias". https://meta.wikimedia.org/wiki/List_of_Wikipedias#1_000.2B_articles আহৰণ কৰা হৈছে: 19 April 2022.