হাঙ্গেৰীয় ৱিকিপিডিয়া
Jump to navigation
Jump to search
![]() | |
স্ক্ৰীণশ্ব’ট | |
ইউ আৰ এল | hu.wikipedia.org |
---|---|
শ্লোগান | মুক্ত বিশ্বকোষ |
বিজ্ঞাপন | নহয় |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | বৈকল্পিক |
ভাষা | হাঙ্গেৰীয় |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
হাঙ্গেৰীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ হাঙ্গেৰীয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৪,০৯,০৮৭ প্ৰবন্ধ আছে।
পৰিসংখ্যা[সম্পাদনা কৰক]
২০১৯ চনত হাঙ্গেৰীয় ৱিকিপিডিয়াৰ ৪,০৯,০৮৭ টা প্ৰবন্ধ, ৩,৪৫,০০০ গৰাকী সম্পাদক, ৩১ গৰাকী প্ৰশাসক আৰু ২৫,৯৯১ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১,৯৩,৩৩,৬৬৫।[1]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
|