সমললৈ যাওক

ফৰাছী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia ফৰাচী ৱিকিপিডিয়া
Type of site
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
Available in ফৰাচী
Owner ৱিকিমিডিয়া ফাউণ্ডেশ্যন
URL fr.wikipedia.org
Commercial নহয়
Registration বৈকল্পিক

ফৰাচী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ফৰাচী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২৬,৯১,২০১ টা প্ৰবন্ধ আছে।

পৰিসংখ্যা

[সম্পাদনা কৰক]

২০২৫ চনত ফৰাচী ৱিকিপিডিয়াৰ ২৬,৯১,২০১টা প্ৰবন্ধ, ৫২,০১,০০০ গৰাকী সম্পাদক, ১৪১ গৰাকী প্ৰশাসক আৰু ৭৬,০৩৫টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ২২,৬১,১২,২৯২।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

ফৰাচী ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]