জাপানী ৱিকিপিডিয়া
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
![]() | |
---|---|
![]() | |
ইউ আৰ এল | ja.wikipedia.org |
শ্লোগান | মুক্ত বিশ্বকোষ |
বাণিজ্যক | নহয় |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | বৈকল্পিক |
ভাষা | জাপানী |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
জাপানী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ জাপানী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 13,32,003 প্ৰবন্ধ আছে।
পৰিসংখ্যা[সম্পাদনা কৰক]
২০২২ চনত জাপানী ৱিকিপিডিয়াৰ ১৩,৩২,০০৩টা প্ৰবন্ধ, ১৯,৪৮,০০০ গৰাকী সম্পাদক, ৪০ গৰাকী প্ৰশাসক আৰু ৩৩,৫০৯টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৯,০০,৫২,০৩৭।[1]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
|