সমললৈ যাওক

জাপানী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia জাপানী ৱিকিপিডিয়া
ইউ আৰ এল ja.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা জাপানী
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

জাপানী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ জাপানী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 14,28,851 প্ৰবন্ধ আছে।

পৰিসংখ্যা

[সম্পাদনা কৰক]

২০২৪ চনত জাপানী ৱিকিপিডিয়াৰ ১৪,২৮,৮৫১টা প্ৰবন্ধ, ২২,৩৬,০০০ গৰাকী সম্পাদক, ৪০ গৰাকী প্ৰশাসক আৰু ৪,৬৪৩টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১০,১৫,১৫,০৮১।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

জাপানী ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]