ইংৰাজী ৱিকিপিডিয়া
অৱয়ব
Screenshot | |
| ছাইটৰ প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
|---|---|
| উপলব্ধ ভাষা | ইংৰাজী ভাষা |
| মালিক | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
| ৱেবছাইট | en.wikipedia.org |
| বাণিজ্যিক | নহয় |
| পঞ্জীয়ন | বৈকল্পিক |
ইংৰাজী ৱিকিপিডিয়া (ইংৰাজী: English Wikipedia) অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইংৰাজী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৭২,০৭,১৬২ টা প্ৰবন্ধ আছে।
পৰিসংখ্যা
[সম্পাদনা কৰক]২০২৬ চনত ইংৰাজী ৱিকিপিডিয়াৰ ৭২,০৭,১৬২টা প্ৰবন্ধ, ৫,৩৬,১৬,০০০ গৰাকী সম্পাদক, ৮১৪ গৰাকী প্ৰশাসক আৰু ৯,৭১,৬০২টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১,৩৫,৮৮,৬০,৪০৪।[1]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
| ||||||||||||||||||||||||||