মাৰাঠী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia মাৰাঠী ৱিকিপিডিয়া
Wikipedia-logo-v2-mr.svg
ইউ আৰ এল mr.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা মাৰাঠী
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন
Marathi Wikipedia homepage.jpg

মাৰাঠী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ মাৰাঠী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৯০,৮৮৮ প্ৰবন্ধ আছে।

পৰিসংখ্যা[সম্পাদনা কৰক]

২০২৩ চনত মাৰাঠী ৱিকিপিডিয়াৰ ৯০,৮৮৮ টা প্ৰবন্ধ, ১,৫২,০০০ গৰাকী সম্পাদক, ১০ গৰাকী প্ৰশাসক আৰু ১৯,১২৫ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ২২,৪৯,৬৯৩।[1]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

মাৰাঠী ৱিকিপিডিয়া

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]