তামিল ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia তামিল ৱিকিপিডিয়া
Wikipedia-logo-v2-ta.svg
ইউ আৰ এল ta.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা তামিল
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

তামিল ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ তামিল সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৫৪,৩২৪ প্ৰবন্ধ আছে।

পৰিসংখ্যা[সম্পাদনা কৰক]

২০২৩ চনত তামিল ৱিকিপিডিয়াৰ ১,৫৪,৩২৪টা প্ৰবন্ধ, ২,২০,০০০ গৰাকী সম্পাদক, ৩৫ গৰাকী প্ৰশাসক আৰু ৮,০৬০টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৩৭,২৩,০৬৩।[1]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তামিল ৱিকিপিডিয়া

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]