সমললৈ যাওক

কন্নড় ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia কন্নড় ৱিকিপিডিয়া
Type of site
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
Available in কন্নড় ভাষা
Owner ৱিকিমিডিয়া ফাউণ্ডেশ্যন
URL kn.wikipedia.org
Commercial নহয়
Registration বৈকল্পিক

কন্নড় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ কন্নড় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৩৩,৮৩৩ প্ৰবন্ধ আছে।

পৰিসংখ্যা

[সম্পাদনা কৰক]

২০২৫ চনত কন্নড় ৱিকিপিডিয়াৰ ৩৩,৮৩৩ টা প্ৰবন্ধ, ৯২,০০০ গৰাকী সম্পাদক, ৪ গৰাকী প্ৰশাসক আৰু ২,৩৫২ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১৩,০২,০৭৯।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

কন্নড় ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]