ইনষ্টাগ্ৰাম
Jump to navigation
Jump to search
![]() ![]() | |
মূল উদ্ভাৱক | Kevin Systrom, Mike Krieger (Burbn, Inc.) |
---|---|
বিকাশক | ফেইচবুক |
প্ৰথম মুক্তি | অক্টোবৰ 6, 2010 |
অপাৰেটিং চিষ্টেম | iOS, Android, Windows 10 Mobile, Windows 10 |
আকাৰ | ~১৮০.৪ MB (iOS), ~৩৮.১৪ MB (Android) |
উপলব্ধ হয় | ৩৬টা ভাষা (Android), ২৯টা ভাষা (iOS)[1] |
অনুজ্ঞাপত্ৰ | Freeware |
এলেক্সাত স্থান | ![]() |
ৱেবছাইট | Instagram.com |
ইনষ্টাগ্ৰাম (ইংৰাজী: Instagram; ইনষ্টা (Insta) আৰু আইজি (IG) বুলিও জনা যায়) ফটো আৰু ভিডিঅ' ভাগ-বতৰা কৰিব পৰা এটা ছ'চিয়েল নেটৱৰ্কিং ৱেবছাইট। কেভিন ছিছট্ৰ'ম আৰু মাইক ক্ৰীগাৰে নিৰ্মাণ কৰা এই ৱেবছাইটো ২০১০ চনৰ অক্টোবৰ মাহত মুকলি কৰি দিয়া হয়।
তথ্য সূত্ৰ[সম্পাদনা কৰক]
- ↑ "How do I change my language settings?". Instagram. https://help.instagram.com/111923612310997। আহৰণ কৰা হৈছে: December 6, 2018.
- ↑ "Instagram.com Traffic, Demographics and Competitors - Alexa". https://www.alexa.com/siteinfo/instagram.com। আহৰণ কৰা হৈছে: 1 July 2019.