ইনষ্টাগ্ৰাম
অৱয়ব
মূল উদ্ভাৱক | |
---|---|
বিকাশক | মেটা প্লেটফৰ্ম |
প্ৰথম মুক্তি | ৬ অক্টোবৰ ২০১০ |
অপাৰেটিং চিষ্টেম | |
আকাৰ | ১৯৬.৬ MB (iOS)[1] ৪৫.৪২ MB (Android)[2] ৪৬.৫ MB (Fire OS) [3] |
উপলব্ধ হয় | ৩২[4] টা ভাষা |
সাঁচ:Hidden top
| |
অনুজ্ঞাপত্ৰ | Proprietary software with Terms of Use |
ৱেবছাইট | www |
ইনষ্টাগ্ৰাম (ইংৰাজী: Instagram; ইনষ্টা (Insta) আৰু আইজি (IG) বুলিও জনা যায়) ফটো আৰু ভিডিঅ' ভাগ-বতৰা কৰিব পৰা এটা ছ'চিয়েল নেটৱৰ্কিং ৱেবছাইট। কেভিন ছিছট্ৰ'ম আৰু মাইক ক্ৰীগাৰে নিৰ্মাণ কৰা এই ৱেবছাইটো ২০১০ চনৰ অক্টোবৰ মাহত মুকলি কৰি দিয়ে।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Instagram". App Store. https://apps.apple.com/us/app/instagram/id389801252.
- ↑ "Instagram APKs". APKMirror. https://www.apkmirror.com/apk/instagram/instagram-instagram/.
- ↑ "Amazon.com: Instagram: Appstore for Android". www.amazon.com. https://www.amazon.com/Instagram/dp/B00KZP2DTQ.
- ↑ "Instagram". App Store. https://apps.apple.com/app/id389801252। আহৰণ কৰা হৈছে: October 7, 2019.