থৰ মৰুভূমি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
থৰ মৰুভূমি
Desert
থৰ মৰুভূমি ৰাজস্থান, ভাৰত
দেশ ভাৰত
প্ৰদেশ ভাৰত:
ৰাজস্থান
হাৰিয়ানা
গুজৰাট
পঞ্জাব
পাকিস্তান:
সিন্ধ
পঞ্জাব
Biome মৰুভূমি
Plant কেকটাছ
Animal ঊট
থৰ মৰুভূমিৰ দৃশ্য

থৰ মৰুভূমি (ইংৰাজী: The Thar Desert) হ'ল ভাৰতৰ উত্তৰ-পশ্চিম তথা পাকিস্তানৰ দক্ষিণ অংশত অৱস্থিত এখন বিশাল মৰুভূমি । ইয়াৰ অধিকাংশ ৰাজস্থানত অৱস্ঠিত যদিও কিছু অংশ হাৰিয়ানা, পঞ্জাব, গুজৰাট আৰু পাকিস্তানৰ সিন্ধ আৰু পঞ্জাব প্ৰান্তত অৱস্থিত । ইয়াৰ আয়তন ২ লক্ষ বৰ্গকিলোমিটাৰতকৈও বেছি । বিশ্বৰ বৃহত মৰুভূমিবোৰৰ ভিতৰত ই ১৭ স্থানত আছে ।[1] ভাৰতত মৰুভূমিখনে প্ৰায় ৩২০,০০০ কিঃমিঃ আগুৰি আছে ।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. Singhvi, A. K. and Kar, A. (1992). Thar Desert in Rajasthan: Land, Man & Environment. Geological Society of India, Bangalore.