থৰ মৰুভূমি
Jump to navigation
Jump to search
থৰ মৰুভূমি | |
Desert | |
দেশ | ভাৰত |
---|---|
প্ৰদেশ | ভাৰত: ৰাজস্থান হাৰিয়ানা গুজৰাট পঞ্জাব পাকিস্তান: সিন্ধ পঞ্জাব |
Biome | মৰুভূমি |
Plant | কেকটাছ |
Animal | ঊট |
থৰ মৰুভূমি (ইংৰাজী: The Thar Desert) হ'ল ভাৰতৰ উত্তৰ-পশ্চিম তথা পাকিস্তানৰ দক্ষিণ অংশত অৱস্থিত এখন বিশাল মৰুভূমি। ইয়াৰ অধিকাংশ ৰাজস্থানত অৱস্থিত যদিও কিছু অংশ হাৰিয়ানা, পঞ্জাব, গুজৰাট আৰু পাকিস্তানৰ সিন্ধ আৰু পঞ্জাব প্ৰান্তত অৱস্থিত। ইয়াৰ আয়তন ২ লক্ষ বৰ্গকিলোমিটাৰতকৈও বেছি। বিশ্বৰ বৃহৎ মৰুভূমিবোৰৰ ভিতৰত ই ১৭ স্থানত আছে।[1] ভাৰতত মৰুভূমিখনে প্ৰায় ৩২০,০০০ কিঃমিঃ২ আগুৰি আছে।
তথ্য সূত্ৰ[সম্পাদনা কৰক]
- ↑ Singhvi, A. K. and Kar, A. (1992). Thar Desert in Rajasthan: Land, Man & Environment. Geological Society of India, Bangalore.