হকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক


হকী
Field hockey.jpg
ফিল্ড হকী খেলাৰ দৃশ্য
সৰ্বোচ্চ পৰিচালনা সংস্থা আন্তৰ্জাতিক হকী ফেডাৰেছন
অন্য নাম হকী
প্ৰথমবাৰ খেলা হয় ১৯
বৈশিষ্ট্য
সংস্পৰ্শ হয়
দলৰ সদস্য ১১জন খেলুৱৈ
বৰ্গীকৰণ বহিঃ বা অন্তঃ
উপকৰণ হকী বল
অলিম্পিক ১৯০৮, ১৯২০, ১৯২৮-বৰ্তমান

হকী (ইংৰাজী: Hockey) এবিধ আউটডৰ ক্ৰীড়া। বৰ্তমান এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম। হকী খেলৰ প্ৰত্যক দলত ১১জন খেলুৱৈ থাকে। এই খেলত হকী ষ্টিকৰ দ্বাৰা বিপক্ষৰ এলেকাত থকা লক্ষ্যস্থানত বল ভৰাবলৈ চেষ্টা কৰে। যিটো দলে অধিক সংখ্যক গ’ল দিয়ে সেই দলটোৱেই বিজয়ী হিচাপে মনোনীত হয়।

প্ৰকাৰ[সম্পাদনা কৰক]

পেছাদাৰী হকী প্ৰতিযোগিতা তিনিটা বিভাগত খেলোৱা হয়। প্ৰকাৰসমূহ হ’ল:

  • ফিল্ড হকী
  • আইচ হকী আৰু
  • ৰিং হকী

হকী মূলতঃ বহিঃক্ৰীড়া (outdoor game), যদিও আজিকালি অন্তঃক্ৰীড়া (indoor game) হিচাপেও খেলিব পাৰি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]