ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা
ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ আই.ইউ.চি. এনৰ দ্বিতীয় শ্ৰেণী (category II)ৰ সংৰক্ষিত বনাঞ্চল (protected area)৷ ভাৰতত পোণপ্ৰথমে স্থাপিত হোৱা ৰাষ্ট্ৰীয় উদ্যানখন হ'ল ১৯৩৬ চনত প্ৰতিষ্ঠা কৰা হেইলি ৰাষ্ট্ৰীয় উদ্যান (Hailey National Park), যাক বৰ্তমান কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায়৷ ১৯৭০ চনলৈকে ভাৰতত কেৱল পাঁচখনহে ৰাষ্ট্ৰীয় উদ্যান আছিল৷ ২০১২ চনৰ এপ্ৰিলমাহলৈ ইয়াৰ সংখ্যা ১০২ খন হয়গৈ৷ সকলো ৰাষ্ট্ৰীয় উদ্যান মিলি প্ৰায় ৩৯৯১৯ বৰ্গ কিলোমিটাৰ মাটিকালি আৱৰি আছে৷ ই ভাৰতৰ মুঠ মাটিকালিৰ প্ৰায় ১.২১%৷
বৰ্তমান ভাৰতত মুঠ ১৬৬ খন ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা কৰা হৈছে৷ এই উদ্যানসমূহৰ নাম তথা ৰাজ্য, মাটিকালিৰে সৈতে প্ৰতিষ্ঠা কৰাৰ তাৰিখসহ তলত উল্লেখ কৰা হ'ল-
সূচী
মানচিত্ৰ[সম্পাদনা কৰক]
ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা[সম্পাদনা কৰক]
প্ৰস্তাৱিত ৰাষ্ট্ৰীয় উদ্যান[সম্পাদনা কৰক]
- Qazinag National Park
- Dharmendra National Park[উদ্ধৃতিৰ প্ৰয়োজন]
- Nagari Nath National Park[উদ্ধৃতিৰ প্ৰয়োজন]
Footnotes[সম্পাদনা কৰক]
1The Maharashtra and Madhya Pradesh parts of the Pench National Park are administered separately.
2The Chhattisgarh and Madhya Pradesh parts of the Sanjay National Park are administered separately.
তথ্যসুত্ৰ[সম্পাদনা কৰক]
- Directory of Wildlife Protected Areas in India
- ENVIS Centre, WII, Dehradun
- List of Proposed National Parks
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত National parks of India সম্পৰ্কীয় মিডিয়া ফাইল আছে। |