জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাতীয়তাবাদী কংগ্ৰেস পাৰ্টি
সভাপতি শৰদ পাৱাৰ
সংসদীয় সভাপতি
লোকসভাত নেতা
ৰাজ্যসভাত নেতা
প্ৰতিষ্ঠা ১৯৯৯
মূখ্য কাৰ্যালয় ১০, বিশ্বম্ভৰ দাস মাৰ্গ, নতুন দিল্লি, ১১০০০১
ৰাজনৈতিক মতাদৰ্শ প্ৰগতিবাদ
গান্ধীবাদী ধৰ্মনিৰপেক্ষতা
সামাজিক সমতা
সামাজিক ন্যায়বিচাৰ
যুক্তৰাষ্ট্ৰবাদ
আন্তৰ্জাতিক অধিভুক্তি নাই
দলীয় ৰং অ্যাকোয়া
ৱেবছাইট http://www.ncp.org.in

জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি (ইংৰাজী: Nationalist Congress Party) চমুকৈ NCP, ভাৰতৰ অন্যতম জাতীয় দল।[1] এই দলটোৱে সাধাৰণতে ভাৰতীয় জাতীয়তাবাদ আৰু গান্ধী ধৰ্মনিৰপেক্ষতাক সমৰ্থন কৰে।[2] ই মহাৰাষ্ট্ৰৰ সৰ্ববৃহৎ বিৰোধী দল আৰু নাগালেণ্ডৰ তৃতীয় বৃহত্তম দল। আন ৰাজ্যতো ই এক উল্লেখযোগ্য দল।

নীতি-আদৰ্শ[সম্পাদনা কৰক]

এনচিপিৰ মুম্বাইৰ সভাপতি নবাব মলিকৰ মতে দলটোৱে ভাৰতৰ একত্ৰীকৰণৰ পোষকতা কৰে, লগতে ভাৰত, পাকিস্তান আৰু বাংলাদেশ পুনৰ এক দেশ হোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে। মালিকে ইয়াক জাৰ্মানীৰ পুনৰ একত্ৰীকৰণৰ সৈতে তুলনা কৰিছিল আৰু কৈছিল "যদি বাৰ্লিনৰ দেৱাল ভাঙিব পৰা যায়, তেন্তে ভাৰত, পাকিস্তান আৰু বাংলাদেশ কিয় একত্ৰিত নহয়?"[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]