ভাৰতীয় ভাষা
(ভাৰতৰ ভাষাৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation
Jump to search
ভাৰতৰ ভাষা | |
---|---|
![]() বূহত্তৰ ভাৰতৰ ভাষা পৰিয়াল নিহালী, কুচুণ্ডা, আৰু থাই ভাষা দেখুৱা হোৱা নাই | |
আধিকাৰিক ভাষা | Standard Hindi written in the Devanāgarī script (the Indian Constitution recognises English as a subsidiary official language) |
আঞ্চলিক ভাষা | আঙ্গিকা · অসমীয়া · Beary bashe · বাংলা · বড়ো · চত্তীছগড়ী · ডগ্ৰী · গড়ৱালী · গাৰো · গুজৰাটী · হিন্দী · কানাড়া · কাশ্মীৰী · Khasi · Kodava Takk · Kokborok · কোংকণী · Kumaoni · Maithili · Malayalam · Manipuri · Marathi · Mizo · Nepali · Oriya · Punjabi · Rajasthani · Sanskrit · Santali · Sindhi · Tamil · Telugu · Tulu · Urdu · |
হিন্দী ভাষা ভাৰতৰ অধিকাৰিক (অফিছিয়েল) ভাষা। ইংৰাজীক সহকাৰী অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ৰাজ্য ভেদে স্থানীয় ভাষাক অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ২০০৩ বৰ্ষৰ ৯২তম সংবিধান সংশোধনী অনুসৰি ভাৰতৰ স্বীকৃতী প্ৰাপ্ত অধিকাৰিক ভাষাৰ সংখ্যা হৈছে ২২টা।
অধিকাৰিক ভাষা[সম্পাদনা কৰক]
ভাষা | ভাষা পৰিয়াল | ভাষীকৰ সংখ্যা (২০০১, নিযুতত) [1] | ৰাজ্য |
---|---|---|---|
অসমীয়া | হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল | ১৩ | অসম, অৰুণাচল প্ৰদেশ |
উৰ্দু | হিন্দ-আৰ্য্য, মধ্য | ৫২ (ভাৰতত) | জম্মু-কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, দিল্লী, বিহাৰ, উত্তৰ প্ৰদেশ |
ওড়িয়া | হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল | ৩৩ | উৰিষ্যা |
কন্নড় | দ্ৰাবিড় | ৩৮ | কৰ্ণাটক |
কাশ্মিৰী | হিন্দ-আৰ্য্য | ৫.৫ | জম্মু আৰু কাশ্মীৰ |
কোংকণী | হিন্দ-আৰ্য্য, দ্বাক্ষীণাত্য | ২.৫ | গোৱা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, কেৰেলা |
গুজৰাটী | হিন্দ-আৰ্য্য, পশ্চিমাঞ্চল | ৪৬ | দাদৰা আৰু নগৰ হাৱেলি, দমন আৰু দিউ, গুজৰাট |
চাঁওতালি | মুন্ডা | ৬.৫ | বিহাৰ, ছত্তীছগঢ়, ঝাড়খণ্ড আৰু উৰিষ্যাৰ অংশবিশেষ লৈ গঠিত চোট্টা নাগপুৰ পথাৰ-ৰ চাঁওতালি আদিবাসী সকল |
ডোগ্ৰী | হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল | ২.৩ | জম্মু আৰু কাশ্মীৰ |
তামিল | দ্ৰাবিড় | ৬১ | তামিলনাডু, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পণ্ডিচেৰী |
তেলেগু | দ্ৰাবিড় | ৭৪ | আন্দামান নিকোবৰ দ্বীপপুঞ্জ, অন্ধ্ৰ প্ৰদেশ, পণ্ডিচেৰী |
নেপালী | হিন্দ-আৰ্য্য, উত্তৰাঞ্চল | ২.৯ (ভাৰতত) | ছিক্কিম, পশ্চিমবঙ্গ, অসম |
পঞ্জাবী | হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল | ২৯ (ভাৰতত) | চণ্ডিগড়, দিল্লী, হাৰিয়ানা, পাঞ্জাব |
বঙালী | হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল | ৮৩ (ভাৰতত) | পশ্চিমবঙ্গ, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অসমৰ বৰাক উপত্যকাত |
বড়ো | তিব্বত-বৰ্মা | ১.৪ | অসম |
মণিপুৰী (মেইতেই) | তিব্বত-বৰ্মা | ১.৫ | মণিপুৰ |
মালয়ালম | দ্ৰাবিড় | ৩৩ | কেৰেলা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, পণ্ডিচেৰী |
মাৰাঠী | হিন্দ-আৰ্য্য, দাক্ষিনাত্য | ৭২ | মহাৰাষ্ট্ৰ, গোৱা, দাদৰ আৰু নগৰ হাৱেলি, দমন আৰু দিউ, মধ্য প্ৰদেশ, কৰ্ণাটক |
মৈথিলী | হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল | ১২ | বিহাৰ |
সংস্কৃত | হিন্দ-আৰ্য্য | ০.০১ | অক্ষেত্ৰীয় |
সিন্ধী | হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল | ২.৫ (ভাৰতত) | অক্ষেত্ৰীয় |
আদৰ্শ হিন্দী | হিন্দ-আৰ্য্য, মধ্য | অজ্ঞাত[2] | আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অৰুণাচল প্ৰদেশ, বিহাৰ, চণ্ডীগড়, ছত্তীছগঢ়, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাড়খণ্ড, মধ্য প্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ অধিকাৰিক ২০০১ লোকপিয়লৰ তথ্য
- ↑ ২০০১ৰ জনগণনাত হিন্দী ভাষী লোকৰ সংখ্যা ভিন্ন ভিন্ন পোৱা যায়, ২৫.৮ কোটি আৰু ৪২.২ কোটি। কিন্তু দুয়োটাতে মানিক হিন্দীৰ লগতে অন্য ভাষা, যেনে ৰাজস্থানী (৮০ নিযুত), ভোজপুৰী (৪০ নিযুত), অৱধি (৩৮ নিযুত), ছত্তীছগঢ় (১৮ নিযুত) আৰু অন্যান্য ভাষাৰ ১০ নিযুততকৈ অধিক ভাষীকক অন্তৰ্ভূক্ত কৰা হৈছে।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- Distribution of languages in India
- http://www.languageinindia.com/
- Languages of India (SIL Ethnologue list)
- Languages and Scripts of India
- Reconciling Linguistic Diversity: The History and the Future of Language Policy in India by Jason Baldridge
- Titus - Languages of India
- Diversity of Languages in India
- Official webpage explains the chronological events related to Official Languages Act and amendments
- A comprehensive federal government site that offers complete info on Indian Languages
- Ethnologue Ethnologue report on the languages of India
- Technology Development for Indian Languages, Government of India
- The Official Portal of the Indian Government
|
|