ভাৰতৰ সংৰক্ষণ ব্যৱস্থা
![]() | এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
ভাৰতৰ সংৰক্ষণ ব্যৱস্থা (ইংৰাজী: Reservation in India) হৈছে ভাৰতৰ ঐতিহাসিকভাৱে বঞ্চিত গোটসমূহক শিক্ষা, নিয়োগ, চৰকাৰী আঁচনি, জলপানি আৰু ৰাজনীতিত প্ৰতিনিধিত্ব প্ৰদানৰ সাংবিধানিক সংৰক্ষণ ব্যৱস্থা। ভাৰতীয় সংবিধানৰ বিধানৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে "সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা নাগৰিক"ৰ বাবে শিক্ষাৰ নামভৰ্তি, নিয়োগ, ৰাজনৈতিক সংস্থা, পদোন্নতি আদিৰ ক্ষেত্ৰত বিশেষ শতাংশত সংৰক্ষিত অংশ বা আসন নিৰ্ধাৰণ কৰিবলৈ অনুমতি লাভ কৰে।[1] সংৰক্ষণক প্ৰচলিত সমাজ ব্যৱস্থাৰ বৈষম্য দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। ইয়াক সংবিধানৰ যোগাত্মক বৈষম্য বুলিও কোৱা হয়। চৰকাৰী সেৱা আৰু প্ৰতিষ্ঠানত পৰ্যাপ্তভাৱে প্ৰতিনিধিত্ব নোহোৱা পিছপৰা জনগোষ্ঠী আৰু অনুসূচিত জাতি আৰু জনজাতিসকলৰ সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা অৱস্থা দূৰ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে আইনৰ জৰিয়তে চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ একক, ৰাজহুৱা আৰু ব্যক্তিগত শিক্ষানুষ্ঠানত পদ আৰু আসনৰ শতাংশ সংৰক্ষণ কৰিবলৈ কোটা ব্যৱস্থা ৰখা হৈছে।[2] ভাৰতৰ সংসদত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰতো সংৰক্ষণ নীতি সম্প্ৰসাৰিত কৰা হৈছে।[3]
তথ্য উৎস[সম্পাদনা কৰক]
- ↑ "Reservation Is About Adequate Representation, Not Poverty Eradication". The Wire. https://thewire.in/law/supreme-court-bench-reservation। আহৰণ কৰা হৈছে: 2020-12-19.
- ↑ Rajagopal, Krishnadas (2020-06-11). "Right to reservation is not a fundamental right, observes SC judge as parties withdraw plea for quota" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/tamil-nadu/right-to-reservation-is-not-fundamental-right-observes-judge-as-tn-parties-withdraw-plea-for-obc-quota-in-medical-courses/article31807732.ece.
- ↑ "reservation-in-india". 3 March 2019. https://www.clearias.com/reservation-in-india/.