ৰেলী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Reli
ରେଲି ଲୋକ (Reli Lōkā)
থলুৱা অঞ্চল India
অঞ্চল Andhra Pradesh, Odisha
জাতীয়তা Reli
স্থানীয় ভাষিক
13,000 (2011 census)e25
ভাষা পৰিয়াল
লিখন প্ৰণালী Odia, Telugu
ভাষা সংকেত
ISO 639-3 rei
গ্লোটোলগ reli1238[1]

ৰেলী বা ৰেল্লী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ পূব ভাৰত আৰু দক্ষিণ ভাৰতত ঘাইকৈ বাস কৰা ৰেলী লোকে ব্যৱহাৰ কৰে। এই ভাষা ওড়িয়া উপগোটৰ অন্তৰ্গত, অৰ্থাৎ অসমীয়া বা বাংলা ভাষাতকৈ এই ভাষা ওড়িয়া ভাষাৰ নিকটৱৰ্তী, যদিও ই তিনিওটাৰেই ভগ্নী ভাষা।

এই ভাষা ২০১১ চনৰ ভাৰতীয় জনগণনাৰ মতে প্ৰায় ১৩০০০ লোকে কৈছিল।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Reli". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/reli1238. 
  2. এথনলগ https://www.ethnologue.com/25/language/rei