নহৰী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নহৰী
থলুৱা অঞ্চল ভাৰত
অঞ্চল ছত্তীছগঢ় and ওড়িশা
স্থানীয় ভাষিক
সাঁচ:Sigfig (2000)e18
ভাষা পৰিয়াল
ভাষা সংকেত
ISO 639-3 nhh
গ্লোটোলগ naha1262[1]

নহৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতছত্তীসগঢ় আৰু উৰিষ্যা ৰাজ্যত ঘাইকৈ ব্যৱহাৰ কৰা হয়। এই ভাষা এটি হলবিক উপগোটৰ ভাষা, যি অসমীয়া-বঙালী, ওড়িয়া আৰু বিহাৰীৰ লগতে পূৰ্বী ভাৰতীয়-আৰ্য ভাষাগোটৰ এটি ভাগ। এই ভাষা ২০০০ চনত প্ৰায় ২০০০০ লোকে কৈছিল।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Nahari". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/naha1262. 
  2. Nahari at Ethnologue (18th ed., 2015)