অসমীয়া-বঙালী ভাষাগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমীয়া-বঙালী
গৌড়-কামৰূপীয়া
ভৌগোলিক
বিস্তৃতি:
বাংলাদেশ, ভাৰত, ম্যানমাৰ, নেপাল
ভাষাৰ শ্ৰেণীবিভাজন: ভাৰত-ইউৰোপীয়
উপশ্ৰেণীসমূহ:

অসমীয়া-বঙালী ভাষাগোষ্ঠী (বা বঙালী-অসমীয়া ভাষাগোষ্ঠী) হৈছে ভাৰত-আৰ্য ভাষা পৰিয়ালৰ পূব এলেকাৰ গোষ্ঠী।

এই গোষ্ঠীটোৰ ভাষাবিলাক হ’ল:

ভাষা থলুৱা নাম কওঁতাৰ সংখ্যা (নিযুতত) অঞ্চল
বঙালী বাংলা
Bangla
২২০[1]  বাংলাদেশ (ৰাষ্ট্ৰীয় আৰু চৰকাৰী)
 ভাৰত (পশ্চিম বংগ)
অসমীয়া অসমীয়া
Oxomiya
২৪  ভাৰত (অসম)
 বাংলাদেশ (মৈমনসিংহ বিভাগ)
কোচ ৰাজবংশী ৰংপুৰী / ৰাজবংশী / কোচ ৰাজবংশী
Rongpuri / Rajbongši / Kʊch rajbongsi
১৫  বাংলাদেশ (ৰংপুৰ বিভাগ)
 ভাৰত (পশ্চিম বংগ আৰু অসম)
 নেপাল (প্ৰান্ত নং ১)
চট্টগ্ৰামীয়া চাঁটগাঁইয়া
Čąŧgąiya
১৩  বাংলাদেশ (চট্টগ্ৰাম বিভাগ)
 ম্যানমাৰ (আৰাকান ৰাজ্য)
ছিলঠীয়া ꠍꠤꠟꠐꠤ
Siloŧi
১১  বাংলাদেশ (ছিলঠ বিভাগ)
 ভাৰত (অসম)
ৰহিঙীয়া رُاَࣺينڠَ
Ruáingga
১.৮  ম্যানমাৰ (আৰাকান ৰাজ্য)
 বাংলাদেশ (চট্টগ্ৰাম বিভাগ, বাংলাদেশ, চট্টগ্ৰাম বিভাগ)
চাকমা 𑄌𑄧𑄁𑄟𑄧
Sangma
০.৩৩  বাংলাদেশ (চট্টগ্ৰাম বিভাগ)
 ভাৰত (মিজোৰাম আৰু ত্ৰিপুৰা)
 ম্যানমাৰ (আৰাকান ৰাজ্য)
বিষ্ণুপ্ৰিয়া মণিপুৰী বিষ্ণুপ্ৰিয়া মণিপুৰী
Bișnupriya Monipuri
০.১২  ভাৰত (অসম, মণিপুৰ আৰু ত্ৰিপুৰা)
 বাংলাদেশ (ছিলঠ বিভাগ)
হাজং হাজং
Hazong
০.০৬  ভাৰত (অসম আৰু মেঘালয়)
 বাংলাদেশ (মৈমনসিংহ বিভাগ)
তাঞ্চঙীয়া তঞ্চঙ্গ্যা
Tonsongya
০.০৫ বাংলাদেশ বাংলাদেশ (চট্টগ্ৰাম বিভাগ)
  1. http://www.omniglot.com/writing/bengali.htm